স্বাস্থ্য শিবিৰ

স্বাস্থ্য শিবিৰ

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান শিৱসাগৰ সোণাৰিৰ সৌজন্যত প্ৰবক্তা মনদীপ চেতিয়াৰ তত্বাৱধানত ২৪-০৩-২০২২ তাৰিখে এক স্বাস্থ্য শিবিৰৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।