প্ৰাচীৰ পত্ৰিকা

প্ৰাচীৰ পত্ৰিকা "চৰৈৱতী" উন্মোচন

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান শিৱসাগৰ সোণাৰিৰ প্ৰবক্তা পুলক চুতীয়াৰ তত্বাৱধানত প্ৰশিক্ষাৰ্থীসকলে প্ৰস্তুত কৰা প্ৰাচীৰ পত্ৰিকা "চৰৈৱতী" ১৮-০৭-২০২২ উন্মোচন কৰা হয়।