অসমীয়া পৌৰাণিক নাটকৰ প্ৰশিক্ষণ আৰু পৰিবেশন

অসমীয়া পৌৰাণিক নাটকৰ প্ৰশিক্ষণ আৰু পৰিবেশন

" সাহিত্য - সংস্কৃতিৰ, নৱৰসৰ আস্বাদনত সৃষ্টি হয় নাটক " জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, শিৱসাগৰ সোণাৰিৰ উদ্যোগত আৰু কলা শিক্ষা বিভাগৰ সৌজন্যত প্ৰবক্তা মূৰ্চ্ছনা বৰা বাইদেউৰ তত্বাৱধানত প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা নাটক মঞ্চস্থ কৰা হয়